Cover

Unmotto oronyo

ৰঞ্জু হাজৰিকা

Unabridged 9789354836039
2 hours 28 minutes
Some articles contain affiliate links (marked with an asterisk *). If you click on these links and purchase products, we will receive a small commission at no extra cost to you. Your support helps to keep this site running and to continue creating useful content. Thank you for your support!

From the publisher

অসমৰ এজন স্বনামধন্য সাহিত্যিক ৰঞ্জু হাজৰিকাই ৰচনা কৰা 'উন্মত্ত অৰণ্য' হৈছে এখন বহুজন-পঠিত উপন্যাস। জাকৰ পৰা অকলশৰীয়া হৈ আঁতৰি আহি উন্মাদৰ দৰে আচৰণ কৰিবলৈ ধৰে এটা বন্য হস্তিয়ে। উপায় হীন হৈ বন বিভাগৰ অনুগ্ৰহ মৰ্মে তিনিজন চিকাৰী বন্ধুৱে হাতিটোক তাৰ প্ৰেমিকাৰ হাতিজনীৰ সন্মুখতে হত্যা কৰে। পৰৱৰ্তী সময়ত তেঁওলোক প্ৰতিশোধ পৰায়ণা হৈ পৰা সেই প্ৰেমিকা হাতিজনীৰ দ্বাৰা বিভিন্ন বিলাই-বিপত্তিৰ সন্মুখীন হ'বলগীয়া হয়। এই আটাইবোৰ ঘটনা-পৰিঘটনাৰ ৰোমান্সকৰ বৰ্ণনাই মুলতঃ এই উপন্যাস খন। লগতে বন্য-হস্তিৰ জীৱন-ধাৰন, আচাৰ-আচৰণ আদিৰ বিষয়েও সৰস বিৱৰণ উপন্যাস খনত পোৱা যায়।

Release date
03/04/2023

Storyside IN