Cover

The Oath of The Vayuputras

Amish Tripathi

Unabridged 9789354836251
23 hours 1 minute
Some articles contain affiliate links (marked with an asterisk *). If you click on these links and purchase products, we will receive a small commission at no extra cost to you. Your support helps to keep this site running and to continue creating useful content. Thank you for your support!

From the publisher

'আমিশ ত্ৰিপাঠী ভাৰতৰ প্ৰথম জন তাৰকা সাহিত্যিক'- কথাষাৰ কৈছে এজন বিশ্ববিখ্যাত তাৰকা চলচ্চিত্ৰ নিৰ্মাতা/পৰিচালক শেখৰ কাপুৰে আৰু কথাষাৰ উলেখ কৰা হৈছে 'দ্য অ'থ অৱ দ্য বায়ুপুত্ৰয' গ্ৰন্থ খনৰ বেটুপাতত। শ্ৰোতাই গ্ৰন্থখনি শ্ৰৱণ কৰি উঠি অনুভৱ কৰিব যে শেখৰ কাপুৰ মহোদয়ে কথাষাৰ এনেই কোৱা নাই । শিৱ পূৰাণ সদৃশ আদর্শস্বৰূপ এই গ্ৰন্থখনিয়ে হৃদয় প্ৰদেশ আলোড়িত কৰি তোলে অৰ্থাৎ আত্মাৰ গভীৰতম প্ৰদেশ উন্মোচিত কৰে। বৰ্ণনাশৈলীয়ে পঢ়িবলৈ আৰু শ্ৰৱণ কৰিবলৈ উদ্বুদ্ধ কৰি তোলা এই গ্ৰন্থখনিৰ প্ৰতিটো পৃষ্ঠাতেই শিহৰণকাৰী সংঘৰ্ষৰ বিৱৰণ যত শিৱ,সতী,গণেশ,কালী, কাৰ্তিক, পৰশুৰাম আৰু নন্দীৰ দৰে যোদ্ধাৰ সমাবেশ আৰু তেওঁলোকৰ ৰণকৌশল। বীৰ ৰসে প্ৰাধান্য পোৱা গ্ৰন্থ খনিত সমান্তৰাল ভাৱে আছে শৃংগাৰ ৰসৰো পয়োভৰ, যি সৃষ্টি হৈছে শিৱ আৰু সতীৰ প্ৰেমময় মিলনৰ মুহূৰ্ত বোৰত। ষ্টৰীটেলৰ এই বিশেষ প্ৰস্তুতিত এইবাৰ 'দ্য অ'থ অব্ দ্য বায়ুপুত্ৰয' শুনক অডিঅ'বুকৰ ৰূপত।

Release date
10/15/2021

Storyside IN