Cover

Dharma

আমিশ ত্ৰিপাঠী

Unabridged 9789355441768
6 hours 58 minutes
Some articles contain affiliate links (marked with an asterisk *). If you click on these links and purchase products, we will receive a small commission at no extra cost to you. Your support helps to keep this site running and to continue creating useful content. Thank you for your support!

From the publisher

এজন চচ্-চেফ নাচিকেত অনন্ত সাৱন্ত। তেওঁৰ পত্নী গাৰ্গী, শহুৰ ধৰ্মৰাজ আৰু শাহুৱেক লোপামুদ্ৰাৰ মাজত সাধাৰণতে কিছুমান কথাৰ আলোচনা হৈ থাকে। এইয়া তাৰেই কিছু অংশ। সেইদিনা আলোচনা প্ৰথম আৰম্ভ হয় নাচিকেত আৰু ধৰ্মৰাজৰ মাজত। পিছলৈ তাত যোগ দিয়েহি লোপামুদ্ৰা আৰু গাৰ্গীয়ে। আলোচনাৰ আৰম্ভণি বিষয় বস্তু আছিল কৰ্ম। কৰ্ম মানে কি? কৰ্ম মানে কেৱল ভাল কাৰ্য কৰাটোৱেই বুজাই নে ভালে বেয়াই কৰা দুয়োটা কাৰ্যকে বুজাই? কৰ্মৰ পৰা তেওঁলোকৰ মাজলৈ আহিল লিও' শ্বিআওব, চিপিচিৰ কথা।সেই কথাই উনুকিয়াই গ'ল বিশ্ব ৰাজনীতিৰ কথা। তাৰ মাজতে ওলাল ধৰ্মৰ কথা। প্ৰাচীন গ্ৰীচৰ ইকাৰাছৰ কথাই ঠাই ল'লে তেওঁলোকৰ আলোচনাত। ইকাৰাছৰ পৰা ই আগবাঢ়িল বেদৱতী আৰু ৰাৱণৰ মাজলৈ। তেওঁলোকৰ আলোচনা বাঢ়ি গৈ থাকে তেনেদৰেই। কৰ্ম আৰু ধৰ্ম কথা কবলৈ যাওঁতে তেওঁলোকে পাতি যায় ৰামায়ণৰ কথা, মহাভাৰতৰ কথা। যুক্তি তৰ্ক হয় কোন শুদ্ধ, কোন অশুদ্ধ তাকে লৈ। ৰাম নে ৰাৱণ, কৌৰৱ নে পাণ্ডৱ? কোন শ্ৰেষ্ঠ, নাৰায়ণ নে শিৱ? তেওঁলোকে বিচাৰি উলিয়াই কিছু কথা। কৌৰৱসকলৰ নিজৰ শক্তি আছিল। পাণ্ডৱসকলৰ নিজৰ দুৰ্বলতা। ভগৱান ৰামৰো নিজৰ সংকোচৰ মূহূৰ্ত আছে, আছে মাতৃ সীতাৰ গভীৰতা। গুৰু বশিষ্ঠ আৰু গুৰু বিশ্বামিত্ৰৰ মাজত উমৈহতীয়া সংঘাত। ৰাৱণ আঘাতপ্ৰাপ্ত, কুম্ভকৰ্ণ হৃদয়পূৰ্ণ। মন্থৰাৰো আছে নিজস্ব বেদনা। ভগৱান শিৱৰ যদি খং আছে, মাতৃ কালীৰো ক্ষোভ আছে। গণেশৰ গুপুত কথা থকাৰ দৰে পৰ্বতেশ্বৰৰ আছে সীমাৱদ্ধতা। ব্ৰাহাস্পতিৰ সন্তুষ্টি আছে যদি মাতৃ সতীৰ আছে নিজে লগাই লোৱা শিকলি। ভগৱান শিৱৰ পৰা দুশাসনলৈকে এই সকলোবোৰ জানো আমাৰ মাজতে নাই? কিন্তু কেনেকৈ? অলপ চিন্তাৰ বিষয়। কিবা এটা খেলিমেলি। কি এই খেলিমেলি? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰখ্যাত সাহিত্যিক আমিশ ত্ৰিপাঠীৰ দ্বাৰা ৰচিত আৰু পল্লৱী ডেকাই অসমীয়া

Release date
11/05/2022

Storyside IN