Baastob Aru Bixaad
ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
Unabridged
•
9789354344060
4 hours 52 minutes
Some articles contain affiliate links (marked with an asterisk *). If you click on these links and purchase products, we will receive a small commission at no extra cost to you. Your support helps to keep this site running and to continue creating useful content. Thank you for your support!
From the publisher
লীলাৱতী দেৱ চৌধুৰী কোন? তেওঁৰ জীৱনৰ ওপৰত ভিত্তি কৰি আগবাঢ়ি যায় কিছু ঘটনাৰাজি। অথবা পোহৰহীন পৃথিৱীত পোহৰ বিচাৰি হাবাথুৰি খোৱা কোনো এজন ব্যক্তি.. পোহৰহীনতাৰ পৰা পোহৰলৈ যাত্ৰা আৰম্ভ কৰিব পাৰি নে? কিয় কিছুমান ৰাজ্যৰ বাবে কন্যা সন্তান এতিয়াও অভিশাপ? ১৯৯৮ চনৰ কলিকতাৰ গ্ৰন্থমেলাত কি ঘটিছিল? কোন আছিল অনুপমা? নক্সাল আন্দোলনত উত্তাল হোৱা কলিকতাৰ এটা সময়ৰ জীৱন্ত দলিল। এখন আত্মজীৱনীমূলক আংগিক গ্ৰন্থ। কি আছে ইয়াৰ ভিতৰছোৱাত ? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰথিতযশা সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ গ্ৰন্থ 'বাস্তৱ আৰু বিষাদ'।